এখন অস্থিৰ পৃথিৱীত বিশ্ৰাম

এখন অস্থিৰ পৃথিৱীত বিশ্ৰাম

সাৰাংশ

মানসিক চাপ আৰু অতিমাত্ৰা পৰিশ্ৰমে বহু লোকলৈ অকাল মৃত্যু মাতি আনিছে। কিন্তু সৃষ্টিৰ সময়ত, ঈশ্বৰে মানসিক চাপৰ সমস্যাৰ নিৰাময়ৰ বাবে এটা অভিপ্ৰায় ৰাখিছিল: এটা বিশ্ৰামৰ দিন। এই পবিত্ৰ দিনটোক এটা আশীৰ্বাদৰ অভিপ্ৰায়েৰে সৃষ্টি কৰা হৈছিল যাতে মানুহে নিজৰ কামৰ পৰা বিশ্ৰাম ল’ব পাৰে আৰু ঈশ্বৰৰ লগত সময় কটাব পাৰে। দুৰ্ভাগ্যজনকভাৱে, যদিও ঈশ্বৰে ইয়াক সোঁৱৰণ কৰিবলৈ মানুহক আজ্ঞা দিছিল তথাপিও বেছিভাগেই এই বিশেষ দিনটোৰ কথা পাহৰি গৈছে আৰু বহুতে আনকি সৃষ্টিকৰ্ত্তা জনাকেই পাহৰি গৈছে যি জনাই ইয়াক তেওঁলোকলৈ প্ৰদান কৰিছিল।

ডাউনলড

আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক

নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

newsletter-cover