নিজৰ বাবে কেনেকৈ চিন্তা কৰিব

নিজৰ বাবে কেনেকৈ চিন্তা কৰিব

সাৰাংশ

প্ৰতীকি নামৰ দ্বাৰাই ব্যাখ্যা কৰা এটা বিপদজনক ধৰ্মীয় ক্ষমতাৰ বিষয়ে ঈশ্বৰৰ ভাববাদী সকলে ভাৱবাণী কৰিছিল যাৰ নামটো হৈছে “বাবিল।” ভাববানীৰ মতে এই ক্ষমতাই আমাক মিছা ভ্ৰষ্ট উপাসনাত লিপ্ত কৰিবলৈ বলপূৰ্ব্বক আৰু প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিব। আমি ৰক্ষা পাবলৈ সক্ষম হোৱাৰ একমাত্ৰ উপায় হ’ল নিজে নিজৰ বাবে চিন্তা কৰা আৰু ঈশ্বৰৰ প্ৰকাশিত বাক্যৰ প্ৰতি দৃঢ়কৈ আনুগত্য বজাই ৰখা। আমাৰ মনবোৰক কেনেকৈ অনুশীলন কৰিব লাগে সেই বিষয়ে এই পুস্তিকাখনে আমাক কয় যাতে বিশ্ব জগতত হোৱা সংকটৰ সময়তো আমি জ্ঞানী, চিন্তাশীল আৰু বিশ্বাসী হৈ থাকিব পাৰো।

প্ৰকাৰ

Tract

প্ৰকাশক

Sharing Hope Publications

সহজ লভ্য

18 ভাষা

পৃষ্ঠা

6

ডাউনলড

আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক

নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

newsletter-cover