দয়াৰ বাবে আকাংক্ষা

দয়াৰ বাবে আকাংক্ষা

সাৰাংশ

ঈশ্বৰৰ দয়া দেখিবলৈ কেনেকুৱা বাৰু? তেওঁ কেৱল এনেকৈ কয় নেকি, “মই তোমাক ক্ষমা কৰিছো” নতুবা আমাৰ লজ্জাজনক বৃত্তান্তবোৰক শুচি কৰিবলৈ এটা বিকল্প ব্যৱস্থা প্ৰদান কৰে নেকি? এই পুস্তিকাখনে বিকল্প বলিদানৰ প্ৰয়োজনীয়তা আৰু অৰ্থ ব্যাখ্যা কৰাত সহায়ক হোৱাকৈ এটা কাহিনী আগবঢ়াইছে। পাঠক সকলে এইটো জনাৰ যোগেদি আশা কৰিব পাৰে যে তেওঁলোকৰ পাপ ক্ষমা হব পাৰে আৰু তেওঁলোকৰ লাজ দূৰ হব পাৰে।

ডাউনলড

আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক

নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

newsletter-cover