দুষ্ট আত্মাৰ পৰা ৰক্ষা

দুষ্ট আত্মাৰ পৰা ৰক্ষা

সাৰাংশ

দুষ্ট আত্মাবোৰ শক্তিশালী, কিন্তু মচীহ যীচুৰ দৰে শক্তিশালী নহয়। যীচুৱে দুখ যন্ত্ৰনাত কেঁকাই থকা লোকসকলৰ পৰা ভুতবোৰক কেনেকৈ বাহিৰ কৰিছিল আৰু তেওঁলোকক আৰোগ্য লাভ কৰাত কেনেকৈ সহায় কৰিছিল, সেই বিষয়ে এই পুস্তিকাখনে বৰ্ণনা কৰিছে। তেওঁ আমাৰ বাবে আজিও একেদৰে কাৰ্য কৰিব পাৰে। চয়তানৰ হাৰাশাস্তি আৰু উপদ্ৰৱৰ পৰা মুক্ত পাবলৈ জানিবলগীয়া সকলো কথাবোৰক তেওঁৰ কিতাপখনে আমাক শিকাইছে। তেওঁ পুনৰাই অহাৰ পূৰ্বে চয়তানৰ চলনাকাৰী প্ৰবঞ্চক সকলৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিব পাৰো তাকো ই আমাক শিকাইছে।

ডাউনলড

আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক

নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

newsletter-cover