সোধ-বিচাৰৰ সময়ত নিৰ্ভয় হোৱা

সোধ-বিচাৰৰ সময়ত নিৰ্ভয় হোৱা

সাৰাংশ

সোধ-বিচাৰৰ দিনটোৰ কথা ভাবিলে বহু মানুহৰে হৃদয়ত ভয়ৰ সৃষ্টি হয়। আমি কেনেকৈ নিশ্চিত হ’ব পাৰো যে বিচাৰৰ সেই অন্তিম দিনটোত আমি নিৰাপদে পাৰ হ’ম? ঈশ্বৰে কৈছে যে তেওঁ আমাক এজন অধিবক্তা দিব— জগতৰ ন্যায়ালয়ত আমাৰ মোকৰ্দমা চলাবলৈ এজন উকীলে আবেদন কৰাৰ দৰে কোনোবা এজনে আমাৰ হৈ সোধ-বিচাৰত মধ্যস্থতা কৰিব। এই পুস্তিকাখনে এই অধিবক্তা জনৰ সৈতে আমাক পৰিচয় কৰাই দিছে আৰু আহি থকা বিচাৰৰ বাবে কেনেকৈ নিশ্চয়তাত থাকিব লাগে সেই বিষয়ে শিক্ষা দিছে।

ডাউনলড

আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক

নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

newsletter-cover