দুষ্ট আত্মাৰ পৰা ৰক্ষা

দুষ্ট আত্মাৰ পৰা ৰক্ষা

সাৰাংশ

দুষ্ট আত্মাবোৰ বাস্তৱ, আৰু ইহঁত অতি ভয়ংকৰ হ’ব পাৰে। কিছুমান মানুহে আত্মাবোৰক বশ কৰাৰ ক্ষমতা থকা বুলি দাবী কৰে, কিন্তু আমাক সহায় কৰাৰ আগতে তেওঁলোকে টকা-পইচা লয়। ভূতবোৰক ধৰি ৰাখিব আৰু বাহিৰ কৰিব পৰা ক্ষমতা যীচু খ্ৰীষ্টৰ আছিল, কিন্তু তেওঁ কেতিয়াও ধন বিচৰা নাছিল। তেওঁ সদায় মানুহক বিনামূলীয়াকৈ সহায় কৰিছিল কাৰণ তেওঁ দয়াৰে পৰিপূৰ্ণ আৰু তেওঁৱো, দুষ্ট আত্মাবোৰে আমাক হাৰাশাস্তি কৰাটোক ঘৃণা কৰে। এই পুস্তিকাখনে দুষ্টতা ক’ৰ পৰা আহিল আৰু ভূতবোৰৰ পৰা মুক্তি লাভ কৰাৰ বাবে যীচুৰ ওচৰত আমি কেনেকৈ প্ৰাৰ্থনা কৰিব পাৰো সেই বিষয়ে আমালোকক কৈছে।

ডাউনলড

আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক

নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

newsletter-cover