পৰিচয়ৰ স্বাধীনতা

পৰিচয়ৰ স্বাধীনতা

সাৰাংশ

সামাজিক গৱেষণাই “ধৰ্মীয় গভীৰ গাঁথনি” বুলি কিবা এটাৰ অৱস্থিতিৰ ইংগিত দিয়ে, য’ত মনুষ্যই স্বাভাৱিকতে সৰ্ব্বশ্ৰেষ্ঠ অভিজ্ঞতা লাভ কৰাৰ প্ৰতি হাবিয়াহ কৰে, যদিও সেইবোৰ প্ৰত্যক্ষৰূপে ধৰ্মীয় নহয়। আমাৰ পৰিচয়ৰ এটা মৌলিক অংশ হোৱাৰ অৰ্থে, আমি সকলোৱে কিবা এটা বা কোনোবা এজনক আৰধনা কৰো আৰু তেনে কৰাটো মানৱ জাতিৰ এটা অধিকাৰো হয়। আৰধনাৰ বিষয়টো স্বাধীন চিতীয়া বাছনি হোৱা উচিত আৰু কেতিয়াও জোৰ-জবৰদস্তি কৰা উচিত নহয়। যিকি নহওক, এই পুস্তিকাখনে ধৰ্মীয় উপাসনা কৰিবলৈ বাধ্য কৰোৱা সেই বিপদৰ বিষয়ে বৰ্ণনা কৰিছে, যিটো অতি সোনকালে হ’ব বুলি ভাৱবানী কৰা হৈছে।

ডাউনলড

আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক

নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

newsletter-cover