Shqipاَلْعَرَبِيَّةُঅসমীয়াবাংলা简体字正體字ČeštinaNederlandsEnglishÈʋeFrançaisFulfuldeGaroDeutschHausaעבריתहिन्दीIgboIndonesiaItaliano日本語Tamaziɣtಕನ್ನಡKhasiភាសាខ្មែរ한국어سۆرانیພາສາລາວMelayuമലയാളംमराठीмонголMooréनेपालीپښتوفارسیPolskiPortuguêsРусскийကညီကျိာ်ᱥᱟᱱᱛᱟᱲᱤසිංහලAf-SoomaaliEspañolBasa SundaKiswahiliТоҷикӣதமிழ்తెలుగుไทยབོད་སྐད་TürkçeAkan-TwiУкраїнськаئۇيغۇرTiếng ViệtWollofYorùbá
মৃত্যুৰ সিপাৰেও আশা
সাৰাংশ
মৃত্যু সকলোৰে হয়, কিন্তু ইয়াক গ্ৰহণ কৰাটো সহজ নহয়। কিয়? কাৰণ ঈশ্বৰে মনুষ্যক চিৰকাল জীয়াই থকিবলৈ সৃষ্টি কৰিছিল। কিন্তু যেতিয়া পাপ জগতত প্ৰৱেশ কৰিছিল, মৃত্যুও আহিছিল। ঈশ্বৰে দুষ্টক জয়ী হ’বলৈ দিব নে, নাইবা মৃত্যুৰ পৰা পুনৰুত্থান বুলি কিবা আছে নেকি? অনেকেই অনুভৱ কৰে যে মৃত্যুৱেই শেষ। যিয়েই নহওক, সকলো আদিপুৰুষ আৰু ভাববাদীসকলে এনে এটা সময়ৰ বিষয়ে লিখিছে যেতিয়া ঈশ্বৰে মৃতসকলক পুনৰুত্থিত কৰিব তেতিয়া তেওঁলোকক অনন্ত জীৱন দিব। সেই সময়ত কি হ’ব তাৰ চমু আভাস এই পুস্তিকাখনে প্ৰদান কৰিছে।
প্ৰকাৰ
Tract
প্ৰকাশক
Sharing Hope Publications
সহজ লভ্য
5 ভাষা
পৃষ্ঠা
6
ডাউনলড
আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক
নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!
আপোনাৰ দৰ্শক সকলক বিচাৰি উলিয়াওক
বৈশিষ্ট্যযুক্ত প্ৰকাশনসমূহ
© 2024 Sharing Hope Publications