অন্তিম উদ্ধাৰ

অন্তিম উদ্ধাৰ

সাৰাংশ

যিহুদী জাতিটোক বহুদিন ধৰি তাড়ণা কৰি অহা হৈছিল, কিন্তু ঈশ্বৰে তেওঁলোকক কেতিয়াও পৰিত্যাগ কৰা নাছিল। দানিয়েলৰ পুস্তকখনে যিহুদীসকলক বাবিলৰ পৰা উদ্ধাৰ কৰাৰ প্ৰতিজ্ঞা কৰিছিল আৰু ইয়াত মচীহ জনাই কেতিয়া আমাক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ আহিব সেই বিষয়েও ই সঠিকভাৱে ভৱিষ্যতবাণী কৰিছিল। দানিয়েলৰ ভাববানীৰ সময় অতি নিৰ্দিষ্ট। আমি কেতিয়াকৈ মচীহা জনালৈ বাট চোৱা উচিত সেই সঠিক বছৰটোক ই আঙুলিয়াই দিছে। এই পুস্তিকাখনে সেই ভাববানীৰ গণনাবোৰৰ মাজেৰে পাৰ হৈ এটা অতি আচৰিত ধৰণৰ সিদ্ধান্তলৈ আগবাঢ়ি গৈছে!

ডাউনলড

আমাৰ সংবাদপত্ৰৰ নিমিত্তে চাইন আপ কৰক

নতুন প্ৰকাশনবোৰ কেতিয়া উপলব্ধ হয় তাক প্ৰথমে জানি লওক!

newsletter-cover